সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
উদাহরণ : অপব্যৱহাৰো এক ধৰণৰ পাপ
সমার্থক : অপব্যৱহাৰ
অর্থ : অনাহক আৰু অধিক খৰচ
উদাহরণ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : অতিখৰচী, অপচয়, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি
ইনস্টল