অর্থ : হেৰুওৱা বা লোকচান ভৰা কার্য
উদাহরণ :
ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
অর্থ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
উদাহরণ :
চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
অর্থ : অনাহক আৰু অধিক খৰচ
উদাহরণ :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি