অর্থ : যʼত কোনো পক্ষপাত নাথাকে
উদাহরণ :
পক্ষপাতহীন দৃষ্টিভঙ্গী থকাজনেহে সঠিক সিদ্ধান্ত লʼব পাৰে
সমার্থক : পক্ষপাতহীন
অর্থ : যি পৰস্পৰ বিৰোধী পক্ষৰ পৰা আঁতৰি থাকে
উদাহরণ :
নিৰপেক্ষ নেতাৰ কাৰণেই কেন্দ্রত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু ৰাষ্ট্রপতিৰ শা
সমার্থক : উদাসীন, নি্র্দলীয়, নিৰপেক্ষ, পক্ষপাতৰহিত