সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
উদাহরণ : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
সমার্থক : অনাটন, অন্নাভাৱ, আকাল, খাদ্যাভাৱ, দুর্ভিক্ষ
অর্থ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
উদাহরণ : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
সমার্থক : অন্নাভাৱ, আকাল, খাদ্যাভাৱ, দুর্ভিক্ষ
ইনস্টল