অর্থ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
উদাহরণ :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
অর্থ : যিজনে চকুৰে দেখা নাপায়
উদাহরণ :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
সমার্থক : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
অর্থ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
উদাহরণ :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
সমার্থক : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন