অর্থ : যাক অনুমতি দিয়া হৈছে
উদাহরণ :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
সমার্থক : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, স্বীকৃত
অর্থ : যাৰ সহমত লাভ কৰিছে
উদাহরণ :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
সমার্থক : অনুমোদনপ্রাপ্ত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত, স্বীকৃত
অর্থ : সি প্রাধিকাৰ লাভ কৰিছে
উদাহরণ :
চৰকাৰৰ দ্বাৰা প্রাধিকৃত নীতিবোৰক মন দিয়াটো জৰুৰী
সমার্থক : প্রাধিকৃত