অর্থ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
উদাহরণ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
সমার্থক : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
অর্থ : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
উদাহরণ :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
সমার্থক : বাধ্যতামূলক