অর্থ : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
সমার্থক : অস্থায়িত্ব, নশ্বৰতা
অর্থ : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
উদাহরণ :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
সমার্থক : ক্ষণভঙ্গুৰতা