সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিৰ আধাতকৈ অধিক ভাগ
উদাহরণ : বানপানীৰ কাৰণে পূর্বাঞ্চলৰ অধিকাংশ ঠায়েই পানীত বুৰ গৈছে
সমার্থক : অধিক অংশ, অধিক ভাগ
অর্থ : অধিক অংশৰ লগত সম্পর্কীত বা অধিক অংশৰ বা যি অধিক মাত্রাত হয়
উদাহরণ : এই ক্ষেত্রৰ অধিকাংশ ভাগ জংঘলেৰে আগুৰি আছে
সমার্থক : বেছিভাগ
ইনস্টল