অর্থ : কোনো কামত নহা বস্তু বা ভগা-চিগা বস্তু
উদাহরণ :
সৌজন অদৰকাৰী বস্তুৰ বেপাৰী
সমার্থক : পুৰণা বস্তু
অর্থ : যিটো বস্তু উপযোগী নহয়
উদাহরণ :
মোহনে অদৰকাৰী বস্তুৰ দʼমত জুই লগাই দিলে
সমার্থক : অনুপযোগী বস্তু