অর্থ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
উদাহরণ :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
সমার্থক : প্রাসাদ
অর্থ : যিটো ভৱন অতি ওখ
উদাহরণ :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
সমার্থক : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
অর্থ : যি ভৱনত ভালেমান মহল থাকে
উদাহরণ :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
সমার্থক : বহুমহলীয়া ভৱন