সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পৰিচিত নহয়
উদাহরণ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
সমার্থক : অচিন, অচিনাকি, অজানা, অপৰিচিত
অর্থ : যিটো জ্ঞাত নহয়
উদাহরণ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
সমার্থক : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ইনস্টল