সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
উদাহরণ : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
সমার্থক : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
অর্থ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
উদাহরণ : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
সমার্থক : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
ইনস্টল