অনুচ্ছেদ (বিশেষ্য)
কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ
নিমিত্ত (বিশেষ্য)
যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
অনুৰাগ (বিশেষ্য)
কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
তুলাপাত (বিশেষ্য)
বাঁহ, কাঠ আদিৰ পৰা মেচিনৰ দ্বাৰা তৈয়াৰ কৰি লিখা-মেলা, ছবি ় অঁক্া আৰু ছপা কামত ব্যৱহাৰ কৰা মিহি পত্র
ফাকুৱা (বিশেষ্য)
ফাগুনৰ পূর্ণিমাত পালন কৰা হিন্দুসকলৰ এক উৎসৱ যʼত অগ্নি পূজা কৰে আৰু দ্বিতীয় দিনা ৰং, আবিৰ আদি চটিয়াই
নানাবিধ (বিশেষণ)
যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে
পিপৰা (বিশেষ্য)
এবিধ সৰু পোক!চেনি, মিঠাই আদিত বগাই ফুৰা এবিধ সৰু পোক
পত্রহীন (বিশেষণ)
যি পল্লৱ বা পাত ৰহিত
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
পাখি (বিশেষ্য)
চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন