সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঠাই বা ৰাস্তা-ঘাট আদি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ বাহন
উদাহরণ : ৰাস্তাটো সমান কৰিবৰ কাৰণে ৰোলাৰ চলোৱা হৈছে
সমার্থক : ৰʼলাৰ
অর্থ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
উদাহরণ : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
সমার্থক : বেলন, ভীম
ইনস্টল