সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
উদাহরণ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
সমার্থক : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী
অর্থ : বহুদিনৰ পৰা প্রায় একেদৰেই চলি অহা প্রথা বা বিচাৰ
উদাহরণ : সকলো সমাজৰে বৈবাহিক পৰম্পৰা বেলেগ বেলেগ
সমার্থক : দস্তুৰ, প্রথা, পৰম্পৰা, ৰীতি-নীতি
ইনস্টল