সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত ৰস নাই
উদাহরণ : শুকান ফল নিৰস
সমার্থক : নিৰস, শুকান
অর্থ : যিটো ৰুচিপূর্ণ নহয়
উদাহরণ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
সমার্থক : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
অর্থ : যি ৰসিক নহয়
উদাহরণ : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
সমার্থক : নিৰস, বেৰসিক
ইনস্টল