সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱদেহৰ ছালৰ ক্ষুদ্র ৰন্ধ্র, যʼৰপৰা ঘাম আদি ওলায়
উদাহরণ : প্রতিদিনে গা-পা ধোৱাৰ সময়ত ৰোমকূপ ভালদৰে চাফা কৰা উচিত
সমার্থক : কূপ, লোমকূপ, ৰোমকূপ
অর্থ : কোনো ঠাইৰ মাজৰ খালী অংশ
উদাহরণ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
সমার্থক : ছিদ্র, জলা, ফুটা, বিন্ধা
ইনস্টল