সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়
উদাহরণ : এই শাৰীখন পাট সূতাৰে তৈয়াৰী
সমার্থক : গুণ, সূতা, সূত্র
অর্থ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
উদাহরণ : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
সমার্থক : জৰী, ৰচী
ইনস্টল