সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰং দিয়াৰ কাম বা ভাব
উদাহরণ : তেওঁ কাপোৰৰ ৰং কৰাৰ কাৰণে ৰঙৰ দোকানলৈ গৈছে
অর্থ : ৰং লগোৱা
উদাহরণ : মজদুৰে দেৱালত ৰং কৰি আছে
অর্থ : চিত্র আদিত ৰং দিয়া কার্য
উদাহরণ : আমটোৰ সেউজীয়া ৰং কৰা
অর্থ : * ৰঙেৰে ৰঙীন কৰা
উদাহরণ : ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
সমার্থক : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন
ইনস্টল