সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে
উদাহরণ : শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে
সমার্থক : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথ কৰি, আথ-বেথকৈ, আথে-বেথে, আদৰি-সাদৰি, বেথা লগাকৈ, মৰমেৰে, সস্নেহে, সাদৰে
ইনস্টল