সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
উদাহরণ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
সমার্থক : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান
অর্থ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
উদাহরণ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
সমার্থক : অনুজ্ঞা, আজ্ঞা, আদেশ
ইনস্টল