সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
উদাহরণ : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
সমার্থক : ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্ত, বসন্তকাল, মধুকাল, মধুমাস
ইনস্টল