সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত লাভ হয় বা যিয়ে লাভ দিয়ে
উদাহরণ : চৰকাৰে চলোৱা সকলোবোৰ কৃষি ্সম্পর্কীয় ্আঁচনি কৃষকৰ কাৰণে লাভজনক
সমার্থক : লাভজনক, লাভদায়ক
অর্থ : কল্যাণ কৰোতা
উদাহরণ : সাধুজনৰ উপদেশ কল্যাণকাৰী
সমার্থক : কল্যাণকাৰী, কল্যাণপ্রদ, কল্যাণময়, মংগলকাৰক, মংগলকাৰী, মংগলজনক, মংগলদায়ক, মংগলপ্রদ, মংগলময়, মঙ্গলকাৰী, হিতকাৰক, হিতকৰ
ইনস্টল