সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
উদাহরণ : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
সমার্থক : হালধীয়া ৰং
অর্থ : কেশৰৰ ৰঙৰ
উদাহরণ : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
অর্থ : হালধিৰ দৰে ৰঙৰ
উদাহরণ : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
সমার্থক : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
ইনস্টল