সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
উদাহরণ : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
অর্থ : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
উদাহরণ : নিগনিটো বাঘৰ হাতোৰাত পৰিল
সমার্থক : পঞ্জা
অর্থ : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
উদাহরণ : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
সমার্থক : পাঞ্জা, বাকুহা, হাঁতোৰা
অর্থ : সা-সঁজুলি আদিৰ ধৰা অংশ
উদাহরণ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
সমার্থক : ঠাৰি, মুঠি, হাত, হেণ্ডেল
ইনস্টল