সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাধা প্ৰদান কৰা কাৰ্য
উদাহরণ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
সমার্থক : বাধা দিয়া, হকা-বধা কৰা
অর্থ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা
উদাহরণ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে
সমার্থক : নিষেধ কৰা, বাধা দিয়া, মানা কৰা
ইনস্টল