সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
উদাহরণ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
সমার্থক : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাবেলি
অর্থ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
উদাহরণ : এই ঘৰটোত পাঁচটা কোঠা আছে
সমার্থক : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়
ইনস্টল