সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
উদাহরণ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
সমার্থক : খুটা, পিলাৰ, স্তম্ভ
অর্থ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
উদাহরণ : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
সমার্থক : কীলক, শাল
অর্থ : যি চলা-ফুৰা কৰিব নোৱাৰে
উদাহরণ : গছবোৰ সজীৱ সত্ত্বেও অচল
সমার্থক : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
ইনস্টল