সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
উদাহরণ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
সমার্থক : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা
অর্থ : কোনো কামৰ আৰম্ভণি হোৱা কার্য
উদাহরণ : গান্ধীজীয়ে এক নতুন যুগৰ সূত্রপাত কৰিলে
সমার্থক : সূচনা
ইনস্টল