সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক ৰক্ষা কৰা হৈছে
উদাহরণ : সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
সমার্থক : ৰক্ষিত
অর্থ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
উদাহরণ : আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
অর্থ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
উদাহরণ : আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
সমার্থক : নিৰাপদ
ইনস্টল