সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
উদাহরণ : লতাই কুর্তাটোত বুটাম লগাই আছে
সমার্থক : চিলাই কৰা, জোৰা লগোৱা, লগোৱা, সীৱন কৰা
অর্থ : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য
উদাহরণ : দর্জীয়ে চোলা চিলাই আছে
সমার্থক : চিলাই কৰা, চিলোৱা, সীয়ন কৰা
ইনস্টল