সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
উদাহরণ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
সমার্থক : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
অর্থ : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
উদাহরণ : এই সময়ত সূর্য্য সিংহত আছে
সমার্থক : সিংহ ৰাশি, সিংহৰাশি
অর্থ : সিংহ জাতিৰ মতা
উদাহরণ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
সমার্থক : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
ইনস্টল