সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কিবা কৰিব পৰা শক্তি
উদাহরণ : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
সমার্থক : শকতি
অর্থ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
উদাহরণ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
সমার্থক : উপযুক্ততা, ক্ষমতা, যোগ্যতা
অর্থ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
উদাহরণ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
সমার্থক : ক্ষমতা, শক্তি
অর্থ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
উদাহরণ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
সমার্থক : দখল, হাত
ইনস্টল