সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য
উদাহরণ : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে
অর্থ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
উদাহরণ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
সমার্থক : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ
অর্থ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়
উদাহরণ : বাহন ভ্রমণৰ এক মাধ্যম
সমার্থক : মাধ্যম
অর্থ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
উদাহরণ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
সমার্থক : উপকৰণ, সামগ্রী
ইনস্টল