সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
উদাহরণ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
সমার্থক : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
অর্থ : স্বাভাৱিক হোৱা অৱস্থা
উদাহরণ : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
সমার্থক : অকৃত্রিমতা, স্বাভাৱিকতা
অর্থ : সহজ হোৱা অৱস্থা বা ভাব
উদাহরণ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
সমার্থক : ঋজুতা, সহজ, সৰলতা
ইনস্টল