সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা বস্তুৰ বিনিময়ত অন্য এটা বস্তু লোৱা বা দিয়া
উদাহরণ : ৰমাই নিজৰ পুৰণি ফ্রিজটো বদলালে
সমার্থক : বদলোৱা
অর্থ : এটা বস্তু আতৰাই তাৰ ঠাইত বেলেগ ৰখা
উদাহরণ : তুমি বিচনাৰ চাদৰ প্রতি সপ্তাহে সলনি কৰিব লাগে
সমার্থক : বদলি কৰা, সলোৱা
ইনস্টল