সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
উদাহরণ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
সমার্থক : জাক, পাল, সমূহ
অর্থ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
উদাহরণ : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
সমার্থক : শ্রেণী, ্বর্গ
অর্থ : যিমান আছে সকলোখিনি
উদাহরণ : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?
সমার্থক : মুঠ, সকলো, সমগ্র, সমস্ত, সম্পূর্ণ, সর্বমুঠ
ইনস্টল