সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র
উদাহরণ : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়
সমার্থক : নি্র্বাচন সমষ্টি
অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
সমার্থক : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ
অর্থ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
উদাহরণ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
সমার্থক : গোট, দʼম, সমূহ, ৰাশি
ইনস্টল