সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
উদাহরণ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
সমার্থক : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
অর্থ : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
উদাহরণ : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
সমার্থক : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
অর্থ : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
উদাহরণ : মোহন এই কামত সফল হʼল
সমার্থক : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
ইনস্টল