সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দহৰ লগত সাত যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : ন-ৰ লগত আঠ মিলি সোতৰ হয়
সমার্থক : সোতৰ, ১৭
অর্থ : দহ আৰু সাত
উদাহরণ : এই প্রতিযোগিতাত মোৰ স্কুলৰ সোতৰজন ছাত্রই ভাগ লৈছে
অর্থ : গণনাত সোতৰ নম্বৰ স্থানত অহা
উদাহরণ : আজি ্ তেওঁ ্ নিজৰ বিয়াৰ সপ্তদশ বার্ষিকী পালন কৰিলে
সমার্থক : ১৭শ
ইনস্টল