সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
উদাহরণ : ৰামুৱে শ্রদ্ধা সহকাৰে সন্যাসীসকলৰ সেৱা আগবঢ়ায়
অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
সমার্থক : বিমুখ, বিৰক্ত, বিৰাগ, বৈৰাগী
অর্থ : সন্যাস আশ্রমত প্রৱেশ কৰাজন
উদাহরণ : তেওঁ কুম্ভ মেলাত বহুতো সন্যাসীক লগ পালে
ইনস্টল