সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
উদাহরণ :
সমার্থক : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলনী, সভা
অর্থ : কোনো বিশেষ উদ্দেশ্যৰে বা কোনো বিশেষ বিষয়ত আলোচনা কৰিবৰ কাৰণে একত্রিত হোৱা মানৱ সমাজ
উদাহরণ : সন্মিলনত বহুতো বিদ্বান লোকে অংশ গ্রহণ কৰিছিল
সমার্থক : সম্মিলন
ইনস্টল