সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে প্রসন্নতা লাভ কৰিছে
উদাহরণ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
সমার্থক : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, হৃষ্ট
অর্থ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
উদাহরণ :
সমার্থক : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, হৃষ্ট
অর্থ : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে
উদাহরণ : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো
সমার্থক : তুষ্ট, তৃপ্ত, প্রসন্ন, পৰিতুষ্ট, পৰিতৃপ্ত
ইনস্টল