সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
উদাহরণ : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
সমার্থক : লগোৱা, লেপন লগোৱা
অর্থ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
উদাহরণ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
সমার্থক : ঘঁ্হা, লগোৱা
অর্থ : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
উদাহরণ : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
সমার্থক : ফেটা, মথা, মাৰা
ইনস্টল