সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
উদাহরণ : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
সমার্থক : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সুশীল
অর্থ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
উদাহরণ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
সমার্থক : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সাধু, ৰিজু
ইনস্টল