সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
উদাহরণ : ভাটৌটো সজাৰ পৰা উৰি গʼল
সমার্থক : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
অর্থ : পাৰ ৰাখিবলৈ সজা বাহ
উদাহরণ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
সমার্থক : পাৰ-বাহা, পাৰৰ বাহ
অর্থ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
উদাহরণ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
সমার্থক : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
অর্থ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
উদাহরণ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
সমার্থক : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
অর্থ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
উদাহরণ : কুমাৰে কলহ নি্র্মাণ কৰে
সমার্থক : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
অর্থ : ঘৰ বা দেৱাল আদি বনোৱা
উদাহরণ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
সমার্থক : উঠোৱা, বনোৱা
ইনস্টল