সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিপদ-আপদলৈ মন-কাণ দি থকা
উদাহরণ : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
সমার্থক : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
অর্থ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
উদাহরণ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
সমার্থক : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
ইনস্টল