সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সুখ-দুখ অনুভব কৰিব পৰা এনে এক মানসিক বৃত্তি যাৰ কোনো বাহ্যিক প্রতিক্রিয়া নাথাকে
উদাহরণ : কেতিয়াবা ভৱিষ্যতত ঘটিবলগীয়া ঘটনাৰো অনুভব হয় অশুদ্ধ শৰীৰ অনুভূতি শূন্য হয়
সমার্থক : অনুভব, অনুভূতি, অনুভৱ
অর্থ : বোধ ওপজা বৃত্তি বা শক্তি
উদাহরণ : চেতনাই জীয়াই থকাৰ লক্ষণ
সমার্থক : গমগতি, চম্বিত, চেতনা, জ্ঞান, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ইনস্টল