সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস
উদাহরণ : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়
সমার্থক : দন্দ্ব, যুদ্ধ
অর্থ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
উদাহরণ : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
সমার্থক : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সমৰ, ্সংগ্রাম, ৰণ
ইনস্টল